অসম

বিলাসীপাৰা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

Asomiya Pratidin
  • বিলাসীপাৰা আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।

  • অভিযানত জব্দ ৩.৫ কিলোগ্রাম ড্রাগছ।

  • লগতে জব্দ AS-01-EW-3811 নম্বৰৰ এখন স্কুটী।

  • ড্রাগছসহ ৰফিকুল ইছলাম নামৰ এটা সৰবৰাহকাৰীক আটক।