অসম

ডিলাই আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

Asomiya Pratidin
  • ডিলাই আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

  • বোকাজান মহকুমা আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান

  • দেওবাৰে নিশা এক বিশেষ সূত্ৰৰ ভিত্তিত লাহৰিজান তহলদাৰী নিয়মীয়া আৰক্ষীৰ তালাচীত জব্দ ড্ৰাগছখিনি।

  • মণিপুৰ দিশৰ পৰা আহি থকা AS01BF 0246 নম্বৰৰ এখন FORD ECCO বাহনত অভিযান চলাই ১৫টা চাবোনৰ বাকচত ২০০.০৩ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয়।

  • আৰক্ষীয়ে এই সন্দৰ্ভত মণিপুৰৰ আব্দুল কালাম আৰু মহম্মদ নাৱাজ চৰীফ নামৰ দুটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

  • জব্দকৃত ড্ৰাগছখিনি বজাৰ মূল্য ১৩ লাখ মান হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।