প্ৰতিনিধিত্বমূলক ফটো 
অসম

কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা

Asomiya Pratidin
  • কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা।

  • কামৰূপ মহানগৰ জিলাত ৩দিন বন্ধ থাকিব সুৰাৰ বিপণী।

  • তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেই ড্ৰাই ডে’ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

  • দেওবাৰৰ পৰা ৭মে' বিয়লি ৫-০০ বজালৈ বন্ধ থাকিব সুৰা বিপণীসমূহ।

  • শনিবাৰে এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰে জিলা প্ৰশাসনে।