ৰীমালৰ প্ৰভাৱৰ মাজতে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি... 
অসম

ৰীমালৰ প্ৰভাৱৰ মাজতে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি...

Asomiya Pratidin
  • প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।

  • সন্ধিয়া ৬ঃ৪৫ বজাত অনুভূত হয় এই কম্পন।

  • ৰীমালৰ প্ৰভাৱৰ মাজতে আহিল এই ভূমিকম্প।

  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৫.৬।

  • ভূমিকম্পৰ ফলত এই পৰ্যন্ত কোনো ক্ষয় ক্ষতিৰ খবৰ অহা নাই।

  • এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ।