ELECTION COMMISSION OF INDIA
অসম

আজি অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল

Asomiya Pratidin
  • মঙলবাৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল।

  • নিৰ্বাচনৰ দিন ঘোষণাৰ পৰ্যালোচনাৰ বাবে আহিব নিৰ্বাচন আয়োগ।

  • মুখ্য নিৰ্বাচনী আয়ুক্তৰ নেতত্বত আহিব দলটো।

  • কাইলৈ মুখ্য সচিব, জিলা আয়ুক্তসকলৰে বৈঠকত বহিব ECৰ দল।

  • বিহুৰ পূৰ্বে অসমত নিৰ্বাচন অনুষ্ঠিতৰ বাবে পৰ্যালোচনা কৰিব ECয়ে।