অসম

বুধবাৰে নিৰ্ধাৰণ হ’ব অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ…

asomiyapratidin
  • বুধবাৰে নিৰ্ধাৰণ হ'ব অসম সহ ৫ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ।
  • দিল্লীত নিৰ্বাচন আয়োগে আয়োজন কৰিছে এক বিশেষ বৈঠকৰ।
  • এই বৈঠকতে বুধবাৰে লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত।
  • এই বৈঠকত উপস্থিত থাকিব নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত।
  • ইতিমধ্যে অসম ভ্ৰমণ কৰিছে নিৰ্বাচন আয়োগে।