অসম

হোজাইত বন্যহস্তীৰ আক্রমণত আহত মহিলা

Asomiya Pratidin
  • হোজাইত বন্যহস্তীৰআতংক।

  • বন্যহস্তীৰ আক্রমণত আহত মহিলা।

  • হোজাইৰ জাঠিহুৰা গাঁৱত সংঘটিত এই ঘটনা।

  • দেওবাৰে সংঘটিত এই ঘটনা।

  • গুৰুতৰভাৱে আহত ডিমুলি কেম্প্রাই নামৰ মহিলাগৰাকী।

  • চিকিৎসালয়লৈ প্রেৰণ কৰা হয় আহত মহিলাগৰাকীক।