অসম

ফিল’বাৰীত আৰক্ষী আৰু মহিলাৰ মাজত হতাহতিৰ সৃষ্টি

Asomiya Pratidin
  • ড্রাগছক কেন্দ্র কৰি উত্তপ্ত ফিল’বাৰী।

  • ড্রাগছ মাফিয়াৰ বাসগৃহত আক্রমণৰ চেষ্টা একাংশ মহিলাৰ।

  • ছবি দেউৰী নামৰ মহিলাগৰাকীয়ে ড্রাগছ ব্যৱসায় চলাই অহাৰ অভিযোগ।

  • ছবি দেউৰীক গ্রেপ্তাৰৰ দাবীত থানা ঘেৰাও স্থানীয় ৰাইজৰ।

  • আৰক্ষী আৰু প্রতিবাদী মহিলাৰ মাজত হতাহতিৰ সৃষ্টি।