অসম

জোনাইত ভয়ংকৰ অগ্নিকাণ্ড

Asomiya Pratidin
  • জোনাই সদৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত ৭খনকৈ ব্যৱসায়িক প্রতিষ্ঠান।

  • বুধবাৰে পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

  • দুখন গেলামাল, এখন মোবাইলৰ দোকানকে ধৰি ৭খন দোকান জুইত জাহ যায়।

  • অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন কৰা হয়।

  • অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।