ৰঙিয়াৰ তুলসীবাৰী বজাৰত ভয়াৱহ অগ্নিকাণ্ড... 
অসম

ৰঙিয়াৰ তুলসীবাৰী বজাৰত ভয়াৱহ অগ্নিকাণ্ড...

Asomiya Pratidin
  • ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড।

  • ৰঙিয়াৰ তুলসীবাৰী বজাৰত এই ঘটনা।

  • ভস্মিভূত হ'ল ৪ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান।

  • ঘটনাত কেইবালাখ টকাৰ ক্ষতিসাধান।

  • শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা ঘটাৰ সন্দেহ।

  • অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাচিপত।