অসম

মাজনিশা মঙলদৈত অগ্নিকাণ্ড

Asomiya Pratidin
  • মঙলদৈত অগ্নিকাণ্ড

  • মঙলদৈ কৰিম চ'কত শনিবাৰে পুৱতি নিশা প্ৰায় ২বজাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়

  • অগ্নিকাণ্ডৰ ফলত কৰিম চ'কৰ ৭খন দোকান আৰু এটা গুদাম ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়

  • শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ

  • ৫ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপন

  • অগ্নিকাণ্ড কাণ্ডৰ ফলত প্ৰায় কোটি টকাৰ সামগ্ৰী ভস্মীভূত।