অসম

বকোৰ পয়ৰাংগাত বিধ্বংসী অগ্নিকাণ্ড...

Asomiya Pratidin
  • বকোৰ পয়ৰাংগাত বৃহস্পতিবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।

  • সতীশ ৰাভা নামৰ এজন লোকৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।

  • জুইত জাহ গ’ল প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সামগ্রী।

  • অগ্নিকাণ্ড সূত্রপাতৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

  • অগ্নিনিৰ্বাপক বাহিনী ২খন বাহন আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।