অসম

দুলীয়াজানৰ মধুবনত অগ্নিকাণ্ড

Asomiya Pratidin
  • দুলীয়াজানৰ মধুবনত অঘটন

  • হঠাৎ চেন্ট্রেল গেছ গেডাৰিং ষ্টেচনত অগ্নিকাণ্ড

  • জুইৰ লেলিহান শিখাই আৱৰি ধৰে বৃহত্তৰ অঞ্চলটো

  • ঘটনাস্থলীত উপস্থিত প্রশাসন আৰু অগ্নিনিৰ্বাপক বাহিনী

  • যান্ত্রিক বিজুতিৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।