অসম

প্ৰাক্তন মন্ত্ৰী ছুম' ৰঙহাং আৰু নাই

Asomiya Pratidin
  • প্ৰাক্তন মন্ত্ৰী ছুম' ৰঙহাং আৰু নাই।

  • শুকুৰবাৰে বিয়লি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

  • হেলথ চিটি হাস্পতালত মৃত্যু প্ৰাক্তন মন্ত্ৰীগৰাকীৰ।

  • উল্লেখ্য যে ২০১৬চনত ডিফুৰ বিধায়ক হৈছিল ৰঙহাং।

  • কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম আছিল তেঁও ।

  • সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল ছুম' ৰঙহাং ।

  • ২০২১চনত কংগ্ৰেছত যোগদান কৰিছিল তেঁও।