অসম

সোণতলী আৰক্ষীৰ জালত প্রৱঞ্চকৰ গেং

Asomiya Pratidin
  • সোণতলী আৰক্ষীৰ জালত প্রৱঞ্চকৰ গেং

  • আটক প্রৱঞ্চক গেঙৰ মাষ্টাৰ মাইণ্ড মোজাম্মেল হক

  • চাকৰিৰ নামত প্রলোভন দি যুৱক-যুৱতীক বহিঃৰাজ্যত বিক্রীৰ অভিযোগ

  • ধৃত প্রৱঞ্চকটোৰ ঘৰ বৰপেটাৰ আলোপতিত

  • বহিঃৰাজ্যত চাকৰি দিয়াৰ প্রলোভন দি সংগ্রহ কৰিছিল লক্ষাধিক টকা।