অসম

চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ গাঞ্জা

Asomiya Pratidin
  • অসম-অৰুনাচল সীমান্তৰ ভালুকপুঙত চাৰিদুৱাৰ আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ৷

  • ভালুকপুঙৰ পৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে গাঞ্জাখিনি ৷

  • বৃহস্পতিবাৰে জব্দ কৰে গাঞ্জাখিনি।

  • অৰুনাচল প্ৰদেশৰ পৰা সৰবৰাহ কৰিছিল গাঞ্জাখিনি ৷

  • ঘটনা সন্দৰ্ভত আব্দুল হাকিম নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে ৷

  • জব্দকৃত গাঞ্জাখিনিৰ মুল্য প্ৰায় আশীহাজাৰ টকা হ'ব বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ৷