অসম

বিশ্বনাথত ২ গাঞ্জা সৰবৰাহকাৰী আটক

Asomiya Pratidin
  • বিশ্বনাথ আৰক্ষীৰ বিশেষ দলে গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই।

  • বিশ্বনাথত পুনৰ গাঞ্জা সহ গাঞ্জা সৰবৰাহকাৰী আটক কৰে আৰক্ষীয়ে।

  • তথ্য অনুসৰি অসম অৰুণাচল সীমান্তৰ নমৰাৰ পৰা গাঞ্জাখিনি আনিছিল বিশ্বনাথলৈ।

  • বামগাঁৱত গাঞ্জা সহ আটক কৰে দুজনক।

  • আটক কৰা গাঞ্জা সৰবৰাহকাৰী দুজন হৈছে চনোজ মুক্তান আৰু সুৰজ দমাই।

  • গাঞ্জা সৰবৰাহকাৰী দুজনে ব্যৱহাৰ কৰা এ এছ ১২ ভি- ৬৮৩০ নম্বৰৰ স্কুটিখনো জব্দ কৰে আৰক্ষীয়ে।