অসম

সোণাৰি আৰু মাহমৰাত গৌৰৱ গগৈৰ অগ্ৰগতি...

Asomiya Pratidin
  • যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত সোণাৰি আৰু মাহমৰাত ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা সম্পন্ন।

  • ষষ্ঠ ৰাউণ্ডৰ অন্তত সোনাৰি সমষ্টিত অগ্ৰগতি লাভ কৰিছে গৌৰৱ গগৈয়ে।

  • গৌৰৱৰ বিপৰীতে পিছ পৰি আছে তপন গগৈ।

  • তপন গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা ২৭১০৬ টা।

  • গৌৰৱ গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা ৩৪৯৬৮ টা।

  • একেদৰে মাহমৰা সমষ্টিতো গৌৰৱ গগৈয়ে অগ্ৰগতি লাভ কৰিছে।

  • মহামৰাত তপন গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা ২৭২০০ টা।

  • গৌৰৱ গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা ৩২৪৭৪ টা।