অসম

গুৱাহাটী আইআইটিৰ ছাত্ৰই ল'লে চৰম সিদ্ধান্ত

Asomiya Pratidin
  • আইআইটি গুৱাহাটীত ছাত্রৰ আত্মহনন।

  • শিক্ষাৰ্থীজন দিহিং হোষ্টেলৰ আবাসী।

  • বুধবাৰে সংঘটিত এই ঘটনা।

  • নিজৰ কোঠাতে আত্মহনন সৌৰভ নামৰ ছাত্রজনৰ।

  • শিক্ষাৰ্থীজনৰ ঘৰ বিহাৰৰ সমষ্টিপুৰত।

  • মৃত সৌৰভ কম্পিউটাৰ চাইন্সৰ ছাত্র আছিল।