GMC CE Arrest 
অসম

বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত তজদিকুৰ ৰহমানক ৰাজস্থানত গ্ৰেপ্তাৰ...

Asomiya Pratidin
  • বোকা কেলেংকাৰিত জড়িত জি.এম.চিৰ মুখ্য অভিযন্তা জদিকুৰ ৰহমানক গ্ৰেপ্তাৰ।

  • ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মুখ্য অভিযন্তা গৰাকীক।

  • মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষে গ্রেপ্তাৰ কৰে বিষয়াজনক।

  • বিমানেৰে তেওঁক লৈ অনা হয় গুৱাহাটীলৈ।

  • ৰহমানক বিমান বন্দৰৰ পৰা পোনে পোনে লৈ যোৱা হ'ব আদালতলৈ।