গোৱালপাৰা

গোৱালপাৰাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

Asomiya Pratidin
  • গোৱালপাৰাৰ ধুমেৰঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

  • চাইফুল ইছলাম খান নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।

  • সৰবৰাহকাৰীটোৰ পৰা জব্দ ১২ গ্ৰাম ব্ৰাউন ছুগাৰ।

  • ধৃত সৰবৰাহকাৰীটোৰ ঘৰ লক্ষীপুৰৰ ফুলগাছা গাঁৱত।