বিগত ৮ দিনে সন্ধানহীন লক্ষীপুৰৰ যুৱক... 
গোৱালপাৰা

বিগত ৮ দিনে সন্ধানহীন লক্ষীপুৰৰ যুৱক...

Asomiya Pratidin
  • প্ৰায় ৮ দিন ধৰি নিৰুদ্দিষ্ট গোৱালপাৰাৰ যুৱক।

  • নিৰুদ্দিষ্ট যুৱকজন গোৱালপাৰাৰ লক্ষীপুৰৰ।

  • নিৰুদ্দিষ্ট যুৱকজনৰ নাম ৰাহুল ৰাভা।

  • বিগত ৬ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে ৰাহুল।

  • ৰাহুলৰ পৰিয়ালত আছে কেৱল মাত্র এগৰাকী ভনীয়েক।

  • ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল।

  • কোনো লোকে ৰাহুলৰ সন্ধান পালে 88226-63712 নম্বৰত জনাবলৈ আহ্বান।