গোৱালপাৰাৰ ধূপধৰাত পথ দুৰ্ঘটনাঃ ট্ৰাকৰ খুন্দাত বাইক আৰোহী নিহত...  
গোৱালপাৰা

গোৱালপাৰাৰ ধূপধৰাত পথ দুৰ্ঘটনাঃ ট্ৰাকৰ খুন্দাত বাইক আৰোহী নিহত...

Asomiya Pratidin
  • গোৱালপাৰাৰ ধূপধৰাৰ কুৰ্হিয়ামাৰীত ভয়াৱহ পথ দুৰ্ঘটনা।

  • দ্রুতবেগী ট্রাকে মহটিয়াই নিলে বাইকসহ আৰোহীক।

  • থিতাতে নিহত এজন, আনজনৰ অৱস্থা সংকটজনক।

  • যুৱকদ্বয় কৰ্মস্থলীৰ পৰা ঘৰ অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা।

  • নিহত যুৱকজনৰ নাম সুজিত দাস।

  • গুৰুতৰভাৱে আহত যুৱকজন বিজয় দাস বুলি চিনাক্ত।

  • দুয়োৰে ঘৰ টিপলাইৰ নিকটৱৰ্তী ওদলা নাইতৰ গাঁৱত।

  • ট্রাকসহ চালকে পলায়ন কৰে যদিও আৰক্ষীয়ে জব্দ কৰে ট্রাকখন।