গোৱালপাৰাৰ কৃষ্ণাইত পথ দুৰ্ঘটনাত ২ জন নিহত... road accident
গোৱালপাৰা

গোৱালপাৰাৰ কৃষ্ণাইত পথ দুৰ্ঘটনাত ২ জন নিহত...

Asomiya Pratidin
  • গোৱালপাৰাত নিশা পথ দুৰ্ঘটনা।

  • জিলাখনৰ কৃষ্ণাই বৰমোহৰাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত নিহত হৈছে দুজনকৈ লোক।

  • নিহত লোক দুজন মুনিখা বেপাৰী আৰু নিমাই দাস বুলি চিনাক্ত।

  • মুনিখা বেপাৰীৰ ঘৰ জাগ্ৰাতপাৰাত আৰু নিমাই দাসৰ ঘৰ মাকৰিবুৰীত।

  • দুখন মটৰচাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা।

  • ঘটনা সংঘটিত কৰি পলায়ন কৰিলে এখন মটৰচাইকেল।