গোৱালপাৰা

কৃষ্ণাইত ড্রাগছসহ আটক সৰবৰাহকাৰী

Asomiya Pratidin
  • গোৱালপাৰাৰ কৃষ্ণাইত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

  • অভিযানত ড্রাগছসহ আটক এজন সৰবৰাহকাৰী

  • আটকাধীন সৰবৰাহকাৰীজনৰ নাম ৰাকিদুল আলম

  • সৰবৰাহকাৰীজনৰ পৰা জব্দ ৬.৫৮ গ্রাম হেৰ’ইন

  • সম্প্রতি থানাত আৰক্ষীৰ জেৰা অব্যাহত।