অসম

গহপুৰত নতুন মহকুমাধিপতি নিযুক্তি

Asomiya Pratidin
  • গহপুৰত নতুন মহকুমাধিপতি নিযুক্তি।

  • হেলেম ৰাজহ চক্ৰৰ ৰাজহ বিষয়া হিচাপে কৰ্মৰত লুকুমণি বৰা(এ চি এছ)ক পদোন্নতি দি গহপুৰ মহকুমাৰ মহকুমাধিপতি হিচাপে নিযুক্তি।

  • ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনাৰ জৰিয়তে লুকুমণি বৰাক অতিৰিক্ত উপায়ুক্ত আৰু গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাপে পদোন্নতি কৰা হৈছে।

  • যোৱা ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দ্বাৰা পৰিচালিত হৈ আহিছিল গহপুৰ মহকুমাৰ কাম-কাজ।