- ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাটত অব্যাহত আছে আৰক্ষীৰ অভিযান।
- শুকুৰবাৰে অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ৬জন লোকক গ্ৰেপ্তাৰ কৰে।
- ইয়াৰে ৪জন ছাত্র বুলি জানিব পৰা গৈছে।
- লোককেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ধন।
- চহৰখনৰ ভিন্ন স্থানত অভিযান চলাইছিল আৰক্ষীয়ে।
- আৰক্ষীয়ে জব্দ কৰে নগদ ১১,৫০০ টকা।