গোলাঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ... 
গোলাঘাট

গোলাঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...

Asomiya Pratidin
  • নুমলীগড় আৰু গোলাঘাট আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।

  • অভিযানত ড্রাগছসহ আটক ৩ টাকৈ সৰবৰাহকাৰী।

  • আৰক্ষীয়ে জব্দ কৰিছে এখন এল্ট’ বাহন।

  • জব্দ ৫টা চাবোনৰ বাকচভৰ্তি ৬৭.৩২ গ্রাম হেৰ’ইন।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।