বোকাখাতৰ গাড়ী টেংকী নিৰ্মাণ প্ৰতিষ্ঠানত বিস্ফোৰণঃ এজন থিতাতে নিহত... 
গোলাঘাট

বোকাখাতৰ গাড়ী টেংকী নিৰ্মাণ প্ৰতিষ্ঠানত বিস্ফোৰণঃ এজন থিতাতে নিহত...

Asomiya Pratidin
  • বোকাখাতৰ গাড়ী টেংকী নিৰ্ণাম প্ৰতিষ্ঠানত অঘটন।

  • Explotech Indiaনামৰ‌ গাড়ীৰ টেংকী নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোত এই অঘটন।

  • টেংকী নিৰ্মাণৰ কাম কৰি থকাৰ অৱস্থাতেই প্রতিষ্ঠানটোত ভয়ংকৰ বিস্ফোৰণ।

  • বিস্ফোৰণত থিতাতে নিহত এজন কৰ্মচাৰী।

  • নিহত কৰ্মচাৰীগৰাকী ললিত গন্ধীয়া বুলি জানিব পৰা গৈছে।

  • ললিত গন্ধিয়াৰ ঘৰ বোকাখাতৰ লখৌজানত।

  • কি কাৰণত, কেনেকৈ এই বিস্ফোৰণ সেই সন্দৰ্ভত এতিয়াও জানিব পৰা নাই সবিশেষ।