ROAD ACCIDENT  
গোলাঘাট

কাজিৰঙাত দ খাৱৈত বাগৰি পৰিল নৈশ বাছ...

Asomiya Pratidin
  • কাজিৰঙাৰ ৰাজপথত বুধবাৰে মাজনিশা সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ' খাৱৈত বাগৰি পৰে ক্ৰিটি নামৰ এখন নৈশ বাছ৷

  • কাজিৰঙাৰ কহঁৰা পেট্ৰল পাম্পৰ সমীপত দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ এএছ১২ই৯৩৮১।

  • দুৰ্ঘটনাটোত কোনো লোক নিহত হোৱা নাই যদিও আহত হয় বহুলোক৷

  • নিশা প্ৰায় ১২ বজাত সংঘটিত এই পথ দুৰ্ঘটনা৷

  • তেজপুৰৰ পৰা তিনিচুকীয়া লৈ যাত্ৰা কৰিছিল নৈশ বাছখনে।