গোলাঘাট

কাজিৰঙাত তীব্ৰবেগী বাহনৰ খুন্দাত পহুৰ মৃত্যু

Asomiya Pratidin
  • কাজিৰঙাত তীব্ৰবেগী বাহনৰ খুন্দাত পহুৰ মৃত্যু

  • কাজিৰঙাৰ হালধিবাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যু হয় পহুটোৰ

  • বানৰ বাবে কাৰ্বি পাহাৰলৈ পথ অতিক্ৰম কৰাৰ সময়তে গাড়ীয়ে খুন্দা মাৰে পহুটোক

  • উল্লেখ্যে যে বানৰ সময়ত বাহনৰ গতিবেগ হ্ৰাস কৰিবলৈ আহ্বান জনোৱা হয় যদিও একাংশই গুৰুত্ব নিদিয়ে

  • বানৰ সময়ত বৰ্তমানলৈ গাড়ীৰ খুন্দাত মৃত্যু হৈছে ৬ টাকৈ বন্যপ্ৰাণীৰ।