গোলাঘাট

কাকপথাৰত গ্রেনেড বিস্ফোৰণ

Asomiya Pratidin
  • কাকপথাৰ দিৰাক কপাহতলি সেনা ছাউনিৰ সন্মুখত গ্রেনেড বিস্ফোৰণ।

  • বাইকেৰে অহা দুই দুৰ্বৃত্তই গ্রেনেড নিক্ষেপ কৰি ঘটনাস্থলীৰ পৰা পলায়ন।

  • বৰ্তমানেও লাভ কৰা নাই কোনো হতাহতৰ খবৰ।