গোলাঘাট

৩১ মে' পৰ্যন্ত বৃদ্ধি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী

Asomiya Pratidin
  • বৃদ্ধি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী ৷

  • চলিত পৰ্যটন বৰ্ষৰ ৩১ মে' পৰ্যন্ত বৃদ্ধি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী ৷

  • পূৰ্বে ১৬ মে'ৰ পৰা ২০২৩-২৪ পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰিছিল উদ্যান কৰ্তৃপক্ষই ।