গোলাঘাট

দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডঃ জীৱন্তে অগ্নিদগ্ধ এগৰাকী মহিলা

Asomiya Pratidin
  • দেৰগাঁৱৰ নাহৰণিত ভয়ংকৰ অগ্নিকাণ্ড।

  • এখন গেলামালৰ দোকানৰ পৰা সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা।

  • অগ্নিকাণ্ডৰ ফলত এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়।

  • ঘটনাত জীৱন্তে অগ্নিদগ্ধ এগৰাকী বয়োজ্যেষ্ঠ মহিলা।

  • অগ্নিদগ্ধ মহিলাগৰাকীৰ নাম মলিনা বেগম।

  • অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ দ্বাৰা জুই নিয়ন্ত্রণ কৰাৰ চেষ্টা অব্যাহত আছে।