মেৰাপানীত সংঘটিত জঘন্য ঘটনাঃ স্বামীয়ে চোকা অস্ত্ৰৰে আঘাত কৰিলে পত্নীক... 
গোলাঘাট

মেৰাপানীত সংঘটিত জঘন্য ঘটনাঃ স্বামীয়ে চোকা অস্ত্ৰৰে আঘাত কৰিলে পত্নীক...

Asomiya Pratidin
  • মেৰাপানীত সংঘটিত জঘন্য ঘটনা।

  • নিজ স্বামীয়ে চোকা অস্ত্ৰৰে আঘাট কৰিলে পত্নীক।

  • আঘাতপ্ৰাপ্ত পত্নীক সংকট জনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।

  • মেৰাপানী পদ্মপুৰৰ দেবেশ্বৰ দাস নামৰ ব্যক্তিজনে সংঘটিত কৰিছে এই কাণ্ড।

  • চোকা অস্ত্ৰৰে দেহৰ কেইবা ঠাইত আঘাত কৰাৰ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে চেনেহী দাস নামৰ মহিলাগৰাকী।

  • প্ৰাপ্ত তথ্য অনুসৰি পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

  • ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষীয়ে আটক কৰিছে দেবেশ্বৰ দাসক।