গোলাঘাট

দেৰগাঁৱৰ বগৰীয়নীত গঁড়ৰ সন্ত্রাস

Asomiya Pratidin
  • আজি গৰু বিহুৰ দিনা দেৰগাঁৱৰ বগৰীয়নীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

  • পুৱাই গঁড়ৰ সন্ত্রাসত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত।

  • গঁড়ৰ আক্রমণত আহত হৈছে দেৰগাঁৱৰ বগৰীয়নী অঞ্চলৰ এজন লোক।

  • আহত হোৱা যুৱকজনৰ নাম লাতু দাস।

  • বৰ্তমান গেলাবিল নদীত অৱস্থান কৰিছে গঁড়টোয়ে।