দেৰগাঁৱত পুনৰ পথ দুৰ্ঘটনাঃ বাছ আৰু চেণ্ট্ৰৰ মুখামুখি সংঘৰ্ষ... 
গোলাঘাট

দেৰগাঁৱত পুনৰ পথ দুৰ্ঘটনাঃ বাছ আৰু চেণ্ট্ৰৰ মুখামুখি সংঘৰ্ষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভোগালী বিহুৰ আনন্দৰ মাজতে দেৰগাঁৱত সংঘটিত হৈছে পুনৰ এক পথ দুৰ্ঘটনা। এখন বাছ আৰু আন এখন বাহনৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে চাৰিচকীয়া সৰু কাৰখনৰ দুজনকৈ লোক। অৱশ্যে বাছখনত থকা আটাইবোৰ যাত্ৰী কুশলে আছে।

আহত দুয়োজন লোকক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে যোৰহাট মেডিকেল কলেজ হাস্পতালত।