দেৰগাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক... 
গোলাঘাট

দেৰগাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক...

Asomiya Pratidin
  • নিশা গোলাঘাটৰ দেৰগাঁৱত পথ দুৰ্ঘটনা।

  • দেৰগাঁৱৰ উত্তৰ দলজলীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা।

  • এটা বৈদ্যুতিক খুঁটাত খুন্দা মাৰে তীব্ৰবেগী পালচাৰ বাইকে।

  • ফলত থিতাতে নিহত হয় এজন যুৱক।

  • নিহত যুৱকজন অৰ্ণৱ জ্যোতি দাস।

  • মৃত অৰ্ণৱৰ ঘৰ দেৰগাঁৱৰ উত্তৰ দলজলীয়া গাঁৱত।