ফৰকাটিং চক্ৰধৰাত দুৰ্ঘটনাত পতিত হৈ দুই যুৱকৰ কৰুণ মৃত্যু... 
গোলাঘাট

ফৰকাটিং চক্ৰধৰাত দুৰ্ঘটনাত পতিত হৈ দুই যুৱকৰ কৰুণ মৃত্যু...

Asomiya Pratidin
  • নিশা ফৰকাটিং চক্ৰধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড খুন্দা বাইকৰ।

  • ঘটনাত থিতাতে নিহত দুজন যুৱক।

  • নিহত দুই যুৱকৰ নাম বিজিত ভূঞা আৰু মাৰ্টিনাছ কেৰকেটা।

  • ঘটনাস্থলীত নিশাই উপস্থিত হয় আৰক্ষী।

  • আৰক্ষীয়ে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ।