কাজিৰঙা শিলজুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ... 
গোলাঘাট

কাজিৰঙা শিলজুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin
  • কাজিৰঙা শিলজুৰিত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ।

  • এতিয়াও চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটো।

  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছে এই অচিনাক্ত মৃতদেহ।

  • চাহ বাগিছাত কৰ্মৰত শ্ৰমিকে প্ৰত্যক্ষ কৰে মৃতদেহটো।

  • কহঁৰা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।