বোকাখাতৰ কুৰুৱাবাহীৰ ধনশিৰি নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ... 
গোলাঘাট

বোকাখাতৰ কুৰুৱাবাহীৰ ধনশিৰি নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin
  • বোকাখাতৰ কুৰুৱাবাহীত অঘটন।

  • নিকৰিঘাটৰ কাষেৰে বৈ যোৱা ধনশিৰি নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ।

  • বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।

  • যুৱকজন কুৰুৱাবাহী সত্ৰৰ হেম শইকীয়াৰ পুত্ৰ টুটুকন শইকীয়া।

  • ধনশিৰি নদীত সলিল সমাধি ঘটা বুলি সন্দেহ স্থানীয় ৰাইজৰ।

  • মাছমৰীয়াৰ জালত লাগি থকা অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।