অসম

গোলকগঞ্জত চোৰাং সোণসহ আটক যুৱক

Asomiya Pratidin
  • গোলকগঞ্জত চোৰাং সোণসহ আটক এজন যুৱক।

  • আটকাধীন যুৱকজনৰ নাম আইনাল হক।

  • যুৱকজনৰ পৰা উদ্ধাৰ ৮০ তোলা সোণ।

  • সোণখিনিৰ বজাৰ মূল্য ৫৬ লাখ টকা।

  • ধৃত যুৱকজনৰ ঘৰ ভাৰত-বাংলাদেশ সীমান্তৰ সিপাৰৰ ভোকডাঙাত।

  • গৌৰীপুৰ অভিমুখে নি থকা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে।