অসম

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব নিযুক্তি...

Asomiya Pratidin
  • অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবক নিযুক্তি প্ৰদান।

  • আই এ এছ ড০ ৰবি কোটাক অতিৰিক্ত মুখ্য সচিব হিচাপে নিযুক্তি বিভাদীয় কৰ্তৃপক্ষৰ।

  • ড০ কোটাক গৃহ আৰু ৰাজনৈতিক, উদ্যোগ, বাণিজ্য বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে।

  • জানিব পৰা মতে কেন্দ্রীয় ডেপুটেশ্যনৰ পৰা ঘূৰি অহাৰ পিছতে ড০ কোটাক এই দায়িত্ব প্ৰদান কৰা হয়।