অসম

টেক অফৰ সময়তে গুৱাহাটী অভিমুখী বিমানৰ দুৱাৰ খুলিলে যাত্ৰীয়ে

Asomiya Pratidin
  • দিল্লীৰ পৰা গুৱাহাটী অভিমুখী বিমানত অঘটন।

  • টেক অফৰ সময়ত হঠাৎ যাত্ৰীয়ে খুলিলে জৰুৰীকালিন দুৱাৰ।

  • যাত্রীজন অসম বিজেপিৰ উপ সভাপতি জয়ন্ত দাস।

  • জয়ন্ত দাসে হঠাৎ খুলিলে জৰুৰীকালিন দুৱাৰ।

  • এয়াৰ ইণ্ডিয়া বিমানত সংঘটিত এই ঘটনা।

  • বিমানখনৰ টেক অফৰ নিৰ্ধাৰিত সময় আছিল ১২.৫৫ বজাত।

  • বৰ্তমান যাত্রীসহ দিল্লী বিমানবন্দৰতেই ৰখাই থোৱা হৈছে বিমানখন।

  • জয়ন্ত দাসক সোধাপোছা অব্যাহত নিৰাপত্তাৰক্ষীৰ।