kidnapper 
অসম

মহানগৰীত শিশু অপহৰণৰ ঘটনা, ৭ লাখ টকা দাবী অপহৰণকাৰীৰ...

Asomiya Pratidin
  • মহানগৰীত পুনৰ শিশু অপহৰণৰ ঘটনা।

  • ১০ বছৰীয়া শিশুক অপহৰণ ঘৰুৱা চালকৰ।

  • টিউচনলৈ নিয়াৰ পিছতে অপহৰণ কৰিছিল শিশুটিক।

  • শিশুটিৰ মুক্তিপণৰ নামত ৭ লাখ টকা দাবী অপহৰণকাৰীৰ।

  • দিছপুৰ, ভঙাগড়, বশিষ্ঠ আৰক্ষীৰ তৎপৰতাত সুকলমে উদ্ধাৰ শিশুটি।

  • যোৰাবাট গণেশ মন্দিৰৰ সমীপৰ পৰাই উদ্ধাৰ শিশুটি।

  • আৰক্ষীৰ জালত অপহৰণকাৰী বৰপেটাৰ নৰহৰি বর্মন।