প্ৰতীকি ফটো 
অসম

পিষ্টল দেখুৱাই মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন

Asomiya Pratidin
  • গুৱাহাটীত পুনৰ চিলনী চোৰৰ সন্ত্রাস।

  • পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়িলে সোণৰ চেইন।

  • ৰাজগড়ৰ ১২ নং বাইলেনৰ কুণ্ডিল নগৰত এই ঘটনা।

  • সোমবাৰে সংঘটিত হৈছে এই ঘটনা।

  • ভুক্তভোগী মহিলাগৰাকী মমিতা বৰা বুলি জানিব পৰা গৈছে।

  • মমিতা বৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা।