হাইলাকান্দি

আৰক্ষীৰ অভিযানত জব্দ ৫৬ বস্তা বাৰ্মিজ চুপাৰি

Asomiya Pratidin
  • বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান।

  • অভিযানত জব্দ ৫৬ বস্তা বাৰ্মিজ চুপাৰিভৰ্তি ট্রাক।

  • আলগাপুৰৰ জব্দ চুপাৰিভৰ্তি ট্রাকখন।

  • ট্রাকখনৰ চালক আৰু হেণ্ডিমেনৰ পলায়ন।

  • জব্দকৃত চুপাৰিখিনিৰ বজাৰমূল্য প্রায় ১৩ লাখ।