হাইলাকান্দি

হাইলাকান্দিত বাৰ্মিজ চুপাৰিসহ আটক এজন

Asomiya Pratidin
  • বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান

  • অভিযানত ৩০০ বস্তা বাৰ্মিজ চুপাৰিসহ আটক এজন

  • ৰুসন উদ্দিন মাজাৰভূঞা নামৰ লোকজনৰ বাসগৃহত এই অভিযান

  • জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য ৮০ লাখ টকাৰো অধিক

  • ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৰুসন উদ্দিন মাজাৰভূঞাক।