হাইলাকান্দি

হাইলাকান্দিত আৰক্ষীৰ এনকাউন্টাৰত নিহত এটা ডকাইত...

Asomiya Pratidin
  • হাইলাকান্দিত আৰক্ষীৰ এনকাউণ্টাৰ।

  • হাইলাকান্দিৰ কালীবাড়ী ৰোডত এনকাউণ্টাৰ কাছাৰ আৰক্ষীৰ।

  • ডকাইতৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।

  • আৰক্ষীৰ গুলীটালনাত নিহত হয় আফজল হুছেইন বৰভূঞা নামৰ এটা ডকাইত।

  • লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবললৈ সক্ষম হৈছে আফজল হুছেইনৰ এজন সহযোগীক।

  • ঘটনাক কেন্দ্ৰ কৰি হাইলাকান্দিত চাঞ্চল্যই সৃষ্টি হৈছে।