অসম

চকু অস্ত্ৰোপচাৰ কক্ষ মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়াঃ উত্তৰ পূৱ ভাৰতৰ স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যণত বুধবাৰে এটি চকু অস্ত্ৰোপচাৰ কক্ষ মুকলি কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

কক্ষটি মুকলি কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে চকু চিকিৎসাৰ ক্ষেত্ৰত শংকৰ মিশ্যনৰ এটি ডাঙৰ অভাৱ দুৰ হ’ল আৰু ইয়াত চকু অস্ত্ৰোপচাৰৰ সম্পূৰ্ণকৈ বিনামূলীয়াকৈ সেৱা আগবঢ়াই যোবা কথা উল্লেখ কৰে ৷